¡Sorpréndeme!

অপৰাধ হ্ৰাস কৰাৰ লক্ষ্যৰে গুৱাহাটী ৰে’ল ষ্টেচনত সংস্থাপিত হ’ল AI চালিত চি চি টিভি কেমেৰা

2025-04-26 6 Dailymotion

নিৰাপত্তা ব্যৱস্থা কটকটীয়া আৰু অপৰাধ হ্ৰাস কৰাৰ লক্ষ্যৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত সংস্থাপন কৰা হ’ল এ আই চালিত চিচি কেমেৰা ৷